The best Side of Assamese synonyms

অনম্বৰ, উদি-মুদি, দিগম্বৰ, ধুমনাঙঠ, নগ্ন, নঙঠা, নাঙঠ, বিবসন, বিৱস্ত্ৰ, বেমটৰ, লেংটা৷

দপ্‌দপনি, website প্ৰভুত্ব; দাদাগিৰি; ৰাজত্ব, ৰামৰাজত্ব৷

অগ্নিহোত্ৰী, অগ্নিৰক্ষক, অগ্নীধ, অগ্নীধ্ৰ, অগ্ন্যাহিত, অধ্বৰ্যু, অবিন, আহিতাগ্নি, ঋত্বিক, বাজপেয়ী, যজি, যজ্ঞকৰ্তা, যজ্ঞকৃৎ, যাজ্ঞিক, সাগ্নিক, স্বাহাকৃৎ, হোমক, হোমকাৰী, হোমকৰ্তা, হোম্য, হোতা, হোত্ৰী, হোমী, হৌম্য৷

অচলপতি, অচলাধিপ, অদ্ৰীশ, উত্তৰাচল, গিৰিৰাজ, গিৰীন্দ্ৰ, গিৰীশ, নগপতি, নগাধিপ, নগেন্দ্ৰ, নগৰাজ, পৰ্বতপতি, পৰ্বতৰাজ, শৈলেন্দ্ৰ, হিমাচল, হিমাদ্ৰি, হিমালয়৷

অকৃতকাৰ্য, অকৃতকৃত্য, অকৃতকৰ্ম, অকৃতাৰ্থ, অসফল, নিষ্ফল, বিফল, ব্যৰ্থ৷

কাছাৰী, ন্যায়ালয়, ন্যায়াধিকৰণ, বিচাৰালয়৷

অশ্ৰজল, অশ্ৰু, অশ্ৰুতৰংগ, অশ্ৰুধাৰা, অশ্ৰুবাৰি, অশ্ৰুবিন্দু, চকুপানী, চকুলো, নয়নধাৰা, নয়নাশ্ৰু, নেত্ৰবাৰি, নেত্ৰাম্বু, নয়নজল, লো, লোচ, লোতক৷

অনংগ, অনন্ত, অন্তৰীক্ষ, অন্তৰীক্ষমণ্ডল, অভ্ৰ, অভ্রক, অম্বৰ, অক্ষৰ, আলাস, আকাশমণ্ডল, উডুপথ, ক্ৰন্দসী, খ, গগন, গগনমণ্ডল, ঘনবীথি, ঘনাশ্ৰয়, তাৰাপথ, ত্ৰিদিৱ, ত্ৰিবিষ্টপ, দেৱপথ, দ্যু, দ্যুলোক, দ্যো, দ্যৌ, নভ, নভস, নভোমণ্ডল, নাক, নিৰাকাৰ, নীলিমা, পৱনপথ, পুৰৱৰ্ত্ম, পুষ্কৰ, বায়ুৱৰ্ত্ম, বিমান, বিহায়, বিয়ৎ, ব্যোম, মৰুদ্বত্ম, মহাকাশ, মহাবিল, মহাশূন্য, মেঘৱৰ্ত্ম, মেঘাবেশ্ম, মেঘাস্পদ, ৰোদসী, ৰোদঃ, লোকালোক, শূন্য, শূন্যতল, সুৰপথ, সুৰৱৰ্ত্ম৷

পূৰ্বক্ষণ, প্ৰাক্‌কাল, প্রাক্‌মুহূৰ্ত৷

অগণন, অগণিত, অগণ্য, অজস্ৰ, অনেক, অলেখ, অসংখ্য, অসংখ্যাত, একাধিক, বহুত, সংখ্যাতীত৷

অগ্নিজিহ্বা, অগ্নিমুখ, অদিতিজ, অমৃতাশন, অমৰ, অসুৰাৰি, ঘৃতভোজী, ত্ৰিদশ, ত্ৰিদিৱেশ, দেৱ, দেৱতা, দেৱভূ, দৈত্যাৰি, বিবুধ, সুৰ৷

অসমা, অসমী, কামৰূপ, প্ৰাগজ্যোতিষপুৰ, বৰ অসম৷

অগ্নিজিহ্বা, অগ্নিমুখ, অদিতিনন্দন, অমৃতাশন, অমৰ, অসুৰাৰি, ঘৃতভোজী, ত্ৰিদশ, ত্ৰিদিৱেশ, দেৱ, দেৱতা, দেৱভূ, দৈত্যাৰি, বিবুধ, সুৰ৷

অগ্ৰজ, ককাই, জ্যেষ্ঠ দাদা, পুৰোজন্মা, ভ্ৰাতা, ভ্ৰাতৃ৷

Leave a Reply

Your email address will not be published. Required fields are marked *